News18 AssamNews18 Assam
|
News18-Assam Updated:April 6, 2021, 1:57 PM IST
কেইবাঘন্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।
কেইবাঘন্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।
ৰাজ্যত অব্যাহত আছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ মাজতে বিভিন্ন স্থানৰ পৰা ই ভি এম বিকল হোৱাৰ খবৰ আহিছে। হাজো (Hajo) সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ বালিসত্ৰ হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল। ভোটগ্ৰহণ কেন্দ্ৰটোত কেইগৰাকীমান ভোটাৰে ভোটদান কৰাৰ পিছতে ইভিএম বিকল হৈ পৰে। ফলত কেইবাঘন্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল।
Published by:
Sanjay Kumar Das
First published:
April 6, 2021, 1:55 PM IST