• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Election 2021: নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক, হাগ্ৰামাক লৈ কৰা এই মন্তব্যৰ পিছতে কংগ্ৰেছে দিছিল অভিযোগ

Assam Assembly Election 2021: নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক, হাগ্ৰামাক লৈ কৰা এই মন্তব্যৰ পিছতে কংগ্ৰেছে দিছিল অভিযোগ

ECI Notice to Himanta Biswa Sarma: এপ্ৰিলৰ ২ তাৰিখে ৫ বজাৰ ভিতৰত শৰ্মাই নিৰ্বাচন আয়োগক দিব লাগিব উত্তৰ ।

  • Share this:
• নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিলে জাননী ।
• শৰ্মাই প্ৰথম দৰ্শনত (Prima Facie) নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি উল্লেখ জাননীত ।
• এপ্ৰিলৰ ২ তাৰিখে ৫ বজাৰ ভিতৰত শৰ্মাই নিৰ্বাচন আয়োগক দিব লাগিব উত্তৰ ।
• উত্তৰ দিব নোৱাৰিলে নিৰ্বাচন আয়োগে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ জাননীত ।
• কংগ্ৰেছৰ অভিযোগ পত্ৰৰ ভিত্তিত নিৰ্বাচন আয়োগৰ এই পদক্ষেপ ।
• কংগ্ৰেছৰ সহযোগী দল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক শৰ্মাই NIAৰ যোগেদি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে ।
First published: