২৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই PSO ত্যাগ কৰিবলৈ বিজেপিৰ নেতা-বিধায়কক আহ্বান জনাইছিল। এতিয়া মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে বিধানসভাৰ উপাধ্য়ক্ষ ডা০ নোমল মমিনে।
২৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই PSO ত্যাগ কৰিবলৈ বিজেপিৰ নেতা-বিধায়কক আহ্বান জনাইছিল। এতিয়া মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে বিধানসভাৰ উপাধ্য়ক্ষ ডা০ নোমল মমিনে।
২৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই PSO ত্যাগ কৰিবলৈ বিজেপিৰ নেতা-বিধায়কক আহ্বান জনাইছিল। এতিয়া মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে বিধানসভাৰ উপাধ্য়ক্ষ ডা০ নোমল মমিনে। কেৱল সঁহাৰি জনোৱাই নহয় তাৎক্ষণিক ভাৱে দেহৰক্ষী অৰ্থাৎ PSO ত্যাগ কৰিলে অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিজেপি বিধায়ক ডা: নোমল মমিনে।
"জনপ্ৰতিনিধি হিচাপে আমাক নিৰাপত্তাৰক্ষী প্ৰয়োজন নাই। ৰাইজৰ মাজৰে এজন আমি। মই পূৰ্বতেও PSO এৰিছো, এতিয়াও প্ৰয়োজন নাই।" এই মন্তব্য বোকাজানৰ বিধায়ক ডা০ নোমল মমিনৰ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
যিসকলে ষ্টেটাছ চিম্বল হিচাপে দেহৰক্ষী ব্যৱহাৰ কৰে তেওঁলোককো সমালোচনা কৰে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে। বিভিন্ন সময়ত দেহৰক্ষীসকল বোজা হৈ পৰে বুলি মন্তব্য কৰাৰ লগতে ডা০ নোমল মমিনে এতিয়াও অকলশৰে বজাৰ কৰে বুলি News18ক জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|