Assam-Assembly: পাটাচাৰকুচিত ৰঞ্জিত দাসৰ বিৰুদ্ধে পবিন্দ্ৰ ডেকা, নাহৰকটীয়াত লুৰিণৰ বিৰুদ্ধে বিজেপিৰ তৰংগ... AJPয়ে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা

News18 Assam | News18-Assam
Updated:March 8, 2021, 8:54 AM IST
Assam-Assembly: পাটাচাৰকুচিত ৰঞ্জিত দাসৰ বিৰুদ্ধে পবিন্দ্ৰ ডেকা, নাহৰকটীয়াত লুৰিণৰ বিৰুদ্ধে বিজেপিৰ তৰংগ... AJPয়ে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা
অসম জাতীয় পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।

অসম জাতীয় পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।

  • Share this:
অসম জাতীয় পৰিষদে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক এইবাৰ পাটাচাৰকুচি সমষ্টিত প্ৰত্যাহ্বান জনাব অসম জাতীয় পৰিষদৰ পবিন্দ্ৰ ডেকাই। সেইদৰে নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাব বিজেপিৰ যুৱ নেতা তৰংগ গগৈয়ে। আনহাতে নাহৰকটীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থাকিব শক্তিশালী নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন।

AJPৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাঃ


  • পাথাৰকান্দিত- হুমায়ুন কবিৰ, ধলাইত- ৰাম ৰতন ডুচাদ

  • উদাৰবন্দত আইমুল লস্কৰ, লক্ষিপুৰত- আলিমুদ্দিন মজুমদাৰ

  • কাটিগড়াত সাধন বাবু সিনহা,  ধুবুৰীত- আজাদ আলী শ্বেইখ

  • গৌৰীপুৰত আৰিফুল ইছলাম, গোলকগঞ্জ- মনোজ কুমাৰ ৰয়


  • বিলাসীপাৰা পূবত- কানুলাল দাস, বঙাইগাঁৱত- দীপু চৌধুৰী

  • বিজনীত- ৰূপম কুমাৰ দাস, গোৱালপাৰা পূবত- ইমদাদ হুছেইন

  • পঃগোৱালপাৰা- ছফিউৰ ৰহমান, পাটাছাৰকুছি- পবিন্দ্ৰ ডেকা

  • ছয়গাঁৱত- দেৱজিত অধিকাৰী, পলাশবাৰীত- পংকজ দেৱগোস্বামী

  • গুৱাহাটী পূবত- অদীপ কুমাৰ ফুকন, হাজোত- দুলু আহমেদ

  • ৰঙিয়াত- ড০ বাবুল চহৰীয়া, নলবাৰীত- নগেন ডেকা

  • বৰক্ষেত্ৰীত- পুলকেশ বৰুৱা, ধৰ্মপুৰত- শিখৰ কুঃ শৰ্মা

  • বৰচলাত- উপেন ৰাজ নাথ, তেজপুৰত- জানমণি বৰা

  • বিশ্বনাথত- দুলদুল বৰকটকী, বিহালীত- অঞ্জন উপাধ্যায়

  • গহপুৰত- ড০ গোলাপ ফুকন, জাগীৰোডত- বুবুল দাস

  • মৰিগাঁৱত- বাণীকান্ত দাস, লাহৰীঘাটত- শ্বমজিদা য়াছমিন

  • ৰহাত- উৎপল বণিয়া, চামগুৰিত- আবিদুৰ ৰহমান

  • কলিয়াবৰত- মুকুল বৰুৱা, লামডিঙত- মৌচুমী শৰ্মা

  • গোলাঘাটত- বীণা শইকীয়া, যোৰহাটত- নিৰোদ চাংকাকতি

  • মাজুলীত- শিশুধৰ দলে, তিতাবৰত- শৈলেন্দ্ৰ কুঃ হাজৰিকা

  • মৰিয়নীত- অলক ঘোষ, আমগুৰিত- চন্দ্ৰ বৰুৱা

  • মাহমৰাত- মাণিক গগৈ, সোণাৰিত- গৌতম হাতীমূৰীয়া

  • নাওবৈচা- পুতলী কায়স্থ,লখিমপুৰত- ৰঞ্জন বৰপাত্ৰ গোঁহাই

  • মৰাণত- সঞ্জীৱ চাংমাই, লাহোৱালত- লিখন বৰুৱা

  • টিংখাঙত- মিলন সোণোৱাল, নাহৰকটীয়াত- লুৰীণজ্যোতি গগৈ

  • চাবুৱাত- ৰাফেল কুঝুৰ, ডুমডুমাত- সুৰেশ ভূমিজ

Published by: Himangshu Bhuyan
First published: March 7, 2021, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি