Assam-Assembly: News18ৰ হাতত AIUDFৰ ১৯ জনীয়া প্ৰাৰ্থী তালিকা, টিকট হেৰুৱালে বৰ্তমানৰ ৬ বিধায়কে!

News18 Assam | News18-Assam
Updated:March 7, 2021, 4:22 PM IST
Assam-Assembly: News18ৰ হাতত AIUDFৰ ১৯ জনীয়া প্ৰাৰ্থী তালিকা, টিকট হেৰুৱালে বৰ্তমানৰ ৬ বিধায়কে!
আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF-এ ১৪টা সমষ্টিত পোনপটীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব

আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF-এ ১৪টা সমষ্টিত পোনপটীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব

  • Share this:
অৱশেষত প্ৰায় চূড়ান্ত হোৱাৰ দিশে AIUDFৰ প্ৰাৰ্থী তালিকা। আমাৰ হাতত আহি পোৱা তথ্য মতে, আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF-এ ১৪টা সমষ্টিত পোনপটীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব লগতে ৫টা সমষ্টিত মিত্ৰদল কংগ্ৰেছৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে। বাঘবৰ, জলেশ্বৰ, চেঙা, সৰুক্ষেত্ৰী, দলগাঁৱত কংগ্ৰেছৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰিব দলটোৱে।

News18ৰ হাতত AIUDFৰ ১৯ জনীয়া প্ৰাৰ্থী তালিকাঃ

১৪ খনত পোনপটীয়াকৈ যুজঁ দিব :


  • পশ্চিম বিলাসীপাৰা: হাফিজ বছিৰ আহমেদ কাছিমি

  • মানকাছাৰ: আমিনুল ইছলাম

  •  জনিয়া: ড: হাফিজ ৰফিকুল ইছলাম


  •  গৌৰীপুৰ: নিজানুৰ ৰহমান

  • ধুবুৰী: নজৰুল হক

  • ভবানীপুৰ: আবুল কালাম আজাদ

  • যমুনামুখ: ছিৰাজুদ্দিন আজমল

  •  ধিং : আমিনুল ইছলাম

  •  কাটিগড়া: খলিলুদ্দিন মজুমদাৰ

  • সোনাই: কৰিমুদ্দিন বৰভূঞা

  • আলগাপুৰ: নিজামুদ্দিন চৌধুৰী

  • কাটলিচেৰা: সুজামুদ্দিন লস্কৰ

  • বদৰপুৰ: আজিজ আহমেদ

  • হাইলাকান্দি: জাকিৰ/এনামুদ্দিন/ৰাজু চৌধুৰী


আনহাতে বৰ্তমানৰ ৬গৰাকী বৰ্তমানৰ বিধায়কে হেৰুৱাৰ টিকটঃ

  •  নাওবৈছাৰ মামুন ইমদাদুল হক চৌধুৰী

  • হাইলাকান্দিৰ আনোৱাৰ হুছেইন লস্কৰ

  • দক্ষিণ কৰিমগঞ্জৰ আজিজ খান

  • দক্ষিণ অভায়াপুৰীৰ অনন্ত মালো

  • জলেশ্বৰৰ ছাহাবুদ্দিন আহমেদ

  • যমুনামুখৰ আব্দুৰ ৰহিম খান

Published by: Himangshu Bhuyan
First published: March 7, 2021, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি