কিমান সম্পত্তি ৰাকেশ পালৰ? CBI তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

News18-Assam
Updated:June 14, 2019, 4:43 PM IST
কিমান সম্পত্তি ৰাকেশ পালৰ? CBI তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
rakesh paul

CBI তদন্তৰ বিৰোধিতা কৰি আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত। সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল ৰাকেশ পালৰ আৱেদন।

  • Share this:
APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ সম্পত্তিৰ CBI তদন্তৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই বিয়াগোম কেলেংকাৰীৰ প্ৰাথমিক তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল CBI–এ। CBIক গোচৰ চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। CBI তদন্তৰ বিৰোধিতা কৰি আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত। সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল ৰাকেশ পালৰ আৱেদন।
First published: June 14, 2019, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি