• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDFৰ বিধায়ক আমিনুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বিধায়ক অখিল গগৈয়ে...

AIUDFৰ বিধায়ক আমিনুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বিধায়ক অখিল গগৈয়ে...

সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ(Election) পূর্বেই AIUDFক নিজ দলক আগবঢ়াই নিয়াৰ বাবে ১০ কোটি টকা অখিল গগৈয়ে (Akhil Gogoi) বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ (Aminul Islam) বিৰুদ্ধে মানহানিৰ গোচৰ (Case) তৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

  • Share this:

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব আৰু জাননী জাৰি কৰা হ’ব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়,- “এই কথাটোৰ পৰা আঁতৰি আছিলো। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিধায়ক আমিনুল ইছলামে এনে অপপ্ৰচাৰ এতিয়াও কৰিয়ে আছে। মোৰ সামান্যতমো ইচ্ছা নাছিল যে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে যাও। কাৰণ দীৰ্ঘদিনৰ পাছত মই জেলৰ পৰা ওলাই আহিছিলো। গোচৰবোৰৰ পৰা মুক্ত হৈ আছো। আকৌ মোৰ ওপৰত এটা গোচৰ তৰক বা মই এটা গোচৰ দিও, এনেধৰণৰ কোনো কামৰ সৈতে জড়িত হ’ব খোজা নাছিলো। কিন্তু বিধায়কজনে বাৰম্বাৰ মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে, মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিল।”
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি