ঘণ্টাত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, ৰাজ্যত নতুনকৈ আৰু ১০ জন আক্ৰান্ত

News18 Assam | News18-Assam
Updated:May 23, 2020, 5:51 PM IST
ঘণ্টাত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, ৰাজ্যত নতুনকৈ আৰু ১০ জন আক্ৰান্ত
ৰাজ্যত চলিছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস

ৰাজ্যত চলিছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস

  • Share this:
ৰাজ্যত চলিছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কেইঘণ্টামানৰ পূৰ্বে ৫৩ জন কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত আকৌ নতুনকৈ ১০ জনৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি। নতুনকৈ আক্ৰান্ত কেইজনৰ ভিতৰত ৪জন মৰিগাঁৱৰ, দুজন নলবাৰীৰ আৰু নগাওঁ, হোজাই, গোলাঘাট আৰু যোৰহাটত এজনকৈ। এই কথা টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading