মেঘদূত ভৱনৰ পৰা বাহিৰ কৰি দিয়া হ’ল সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক

পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত স্মাৰক পত্ৰ দিবলৈ গৈছিল এটা দল।

News18-Assam
Updated:September 4, 2019, 3:06 PM IST
মেঘদূত ভৱনৰ পৰা বাহিৰ কৰি দিয়া হ’ল সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক
পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত স্মাৰক পত্ৰ দিবলৈ গৈছিল এটা দল।
News18-Assam
Updated: September 4, 2019, 3:06 PM IST
অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক অপমান। মেঘদূত ভৱনৰ সঞ্চালক কে কেবিচুসাই দুৰ্ব্যৱহাৰ কৰিলে পৰমানন্দ ৰাজবংশীক। ডাকঘৰৰ খালী পদৰ আসোঁৱাহ দূৰীকৰণৰ বাবে যোৱা ৰাজবংশীক কোঠাৰ পৰা বাহিৰ কৰি দিলে সঞ্চালকগৰাকীয়ে। সঞ্চালকৰ দুৰ্ব্যৱহাৰত ক্ষোভ প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত স্মাৰক পত্ৰ দিবলৈ গৈছিল এটা দল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি