• Home
  • »
  • News
  • »
  • assam
  • »
  • ভালখবৰঃ ৰাজ্যৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত বাধ্যতামূলক হ’ব অসমীয়া বিষয়

ভালখবৰঃ ৰাজ্যৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত বাধ্যতামূলক হ’ব অসমীয়া বিষয়

এই লেব দুটা মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে ৰাজ্যত এতিয়ালৈকে কোভিড টেষ্টিং লেবৰ সংখ্যা হ’লগৈ ১৫ টা। ইফালে বৃহস্পতিবাৰে আয়ুৰ্বেদিক কলেজত ১৬ নম্বৰৰ টেষ্টিং লেব মুকলি কৰা হ’ব বুলিও জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব অসমীয়া ভাষা

  • Share this:
অসমীয়া ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী, বে-চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক ভাবে পঢ়াব লাগিব অসমীয়া। এই ক্ষেত্ৰত ৰাজ্যত থকা প্ৰতিখন CBSEৰ অধীনত থকা বিদ্যালয়েও মানিব লাগিব এই নিয়ম। ইতিমধ্যে আইনখন অনুমোদন জনাইছে ৰাজ্যপালে। কিন্তু বৰাক উপত্যকা আৰু বড়োলেণ্ড ইয়াৰ আওতালৈ নাহে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি