মৰাণত জব্দ বৃহত্‍ পৰিমাণৰ অৰুণাচলী সুৰা

ডিব্ৰুগড়ৰ আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা

News18-Assam
Updated:July 25, 2019, 8:06 AM IST
মৰাণত জব্দ বৃহত্‍ পৰিমাণৰ অৰুণাচলী সুৰা
ডিব্ৰুগড়ৰ আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা
News18-Assam
Updated: July 25, 2019, 8:06 AM IST
মৰাণত জব্দ কৰা হৈছে বৃহত্‍ পৰিমাণৰ অৰুণাচলী সুৰা। ডিব্ৰুগড়ৰ আবকাৰী বিভাগৰ অভিযানত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ সুৰাখিনি।এখন ট্ৰাকেৰে শিৱসাগৰলৈ নিয়া হৈছিল অবৈধ  সুৰাখিনি। সুৰাখিনিৰ মূল্য হ’ব প্ৰায় ১২.৫০ লাখ টকা। আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে ৪জন লোকক। অৰুণাচলৰ বান্দৰদেৱাৰ পৰা আনিছিল সুৰাখিনি।
আৰু চাওক পৰৱৰ্তী বাতৰি