দুৰ্ঘটনাত আহত কণ্ঠশিল্পী সুবাসনা দত্ত

কণ্ঠশিল্পী সুবাসনা দত্তৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, ৰঙিয়াৰ উদিয়ানাত সংঘটিত হয় এই দুৰ্ঘটনা

news18assam
Updated:April 19, 2019, 3:17 PM IST
দুৰ্ঘটনাত আহত কণ্ঠশিল্পী সুবাসনা দত্ত
কণ্ঠশিল্পী সুবাসনা দত্তৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, ৰঙিয়াৰ উদিয়ানাত সংঘটিত হয় এই দুৰ্ঘটনা
news18assam
Updated: April 19, 2019, 3:17 PM IST
কণ্ঠশিল্পী সুবাসনা দত্তৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ৰঙিয়াৰ উদিয়ানাত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় সুবাসনাৰ ডাষ্টাৰ বাহনখন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কণ্ঠশিল্পীগৰাকী।

সুবাসনা দত্তৰ মেনেজাৰ শেখৰ জ্যোতি বৈশ্যও আহত হয় দুৰ্ঘটনাত। বঙাইগাঁৱত অনুষ্ঠানত পৰিৱেশন কৰি উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনাটো। বৰ্তমান গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে সুবাসনা দত্ত।

আজমলৰ দূৰ্গত পশ্চিমবংগৰ অভিনেত্ৰী–ৰাজনীতিবিদ

আৰু চাওক পৰৱৰ্তী বাতৰি