• Home
  • »
  • News
  • »
  • assam
  • »
  • গৰুখুঁটিৰ উচ্ছেদস্থলীত বৰ্বৰতাৰ পৰিচয় দিয়া বিজয় বণিয়াক জে’ললৈ প্ৰেৰণ

গৰুখুঁটিৰ উচ্ছেদস্থলীত বৰ্বৰতাৰ পৰিচয় দিয়া বিজয় বণিয়াক জে’ললৈ প্ৰেৰণ

চিআইডিয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ আৰু ৩৫৩ ধাৰাৰ অধীনত ৮/২০২১ নম্বৰৰ গোচৰ।

  • Share this:
গৰুখুঁটিৰ উচ্ছেদস্থলীত বৰ্বৰতাৰ পৰিচয় দিয়া বিজয় বণিয়াক জে’ললৈ প্ৰেৰণ। আজি চিআইডিয়ে আদালতত হাজিৰ কৰাইছিল বিজয় বণিয়াক। চিআইডিয়ে জিম্মাত নিবিচৰাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে যুৱকজনক।

চিআইডিয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ আৰু ৩৫৩ ধাৰাৰ অধীনত ৮/২০২১ নম্বৰৰ গোচৰ। হত্যাৰ উদ্দেশ্যত উদ্যোগ আৰু কৰ্তব্যৰত আৰক্ষীক কামত বাধা প্ৰদানৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ। এই ধাৰা জামিনযোগ্য নহয়।
Published by:Sanjay Kumar Das
First published: