মহিলাৰ সন্মুখত প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ KMSSৰ সদস্য

মটিন চৌধুৰী নামৰ KMSSৰ কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। সোমবাৰে বিয়লি ৰাজহুৱা স্থানত মহিলাৰ সন্মুখত প্ৰস্ৰাৱ কৰিছিল চৌধুৰীয়ে। বাধা দিব যোৱা স্থানীয় যুৱক আৰু আৰক্ষীকো প্ৰহাৰ কৰে কৃষক নেতাজনে। 

news18assam
Updated:June 11, 2019, 4:00 PM IST
মহিলাৰ সন্মুখত প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ KMSSৰ সদস্য
মটিন চৌধুৰী নামৰ KMSSৰ কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। সোমবাৰে বিয়লি ৰাজহুৱা স্থানত মহিলাৰ সন্মুখত প্ৰস্ৰাৱ কৰিছিল চৌধুৰীয়ে। বাধা দিব যোৱা স্থানীয় যুৱক আৰু আৰক্ষীকো প্ৰহাৰ কৰে কৃষক নেতাজনে। 
news18assam
Updated: June 11, 2019, 4:00 PM IST
ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ KMSSৰ সদস্য। মটিন চৌধুৰী নামৰ KMSSৰ কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। সোমবাৰে বিয়লি ৰাজহুৱা স্থানত মহিলাৰ সন্মুখত প্ৰস্ৰাৱ কৰিছিল চৌধুৰীয়ে। বাধা দিব যোৱা স্থানীয় যুৱক আৰু আৰক্ষীকো প্ৰহাৰ কৰে কৃষক নেতাজনে।

দিছপুৰ থানাৰ এজন হাবিলদাৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ স্বয়ম্ভূ কৃষক নেতাজন। পূৰ্বে দিল্লীতো উলংগ হয় প্ৰতিবাদ সাব্যস্ত কৰিছিল মটিনে। মতিন চৌধুৰীৰ বিৰুদ্ধে আৰক্ষীৰ গাত হাত দিয়া আৰু আৰক্ষীক কর্তব্যত বাধা দিয়াৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ 323/332/353 ধাৰাত গোচৰ ৰুজু কৰে। বাতৰি সংগ্ৰহৰ বাবে অহা সাংবাদিককো বাধা প্ৰদান কৰে মটিন চৌধুৰীৰ আত্মীয়ই। কেমেৰা ভাঙি দিয়াৰ ভাবুকি আত্মীয় মহিলাৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি