CAB PROTEST:অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েন

News18 Assam | News18-Assam
Updated:December 12, 2019, 6:49 PM IST
CAB PROTEST:অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েন
জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েন।

জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েন।

  • Share this:
জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত ইউনিফাইড কামাণ্ডৰ বৈঠকত ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেনা, অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত আছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, CRPFৰ আই জি,  SSB ৰ আই জি, BSF ৰ শীৰ্ষ বিষয়া।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি