• Home
  • »
  • News
  • »
  • assam
  • »
  • বিমানযোগে গুৱাহাটীলৈ অনা হ’ল সেনা বিষয়া মায়ংক বৰাৰ নশ্বৰদেহ

বিমানযোগে গুৱাহাটীলৈ অনা হ’ল সেনা বিষয়া মায়ংক বৰাৰ নশ্বৰদেহ

৪১ বছৰীয়া সেনা বিষয়াজনে নিজ কৰ্মস্থানৰ পৰা এমাহৰ ছুটি লৈ ঘৰলৈ আহি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ বৰেলিৰ সেনা ছাউনীত মৃত্যু  হয়।

  • Share this:
বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ লয় অনা হয় সেনা বিষয়া মায়ংক বৰাৰ নশ্বৰদেহ। ভাৰত–চীন সীমান্তৰ উত্তৰাখণ্ডৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল দ্ৰছলা ছেক্টৰত কৰ্মৰত অসমীয়া সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল মায়ংক বৰাৰ যোৱা ২৬ ছেপ্টেম্বৰত আকস্মিকভাৱে মৃত্যু হয়।

৪১ বছৰীয়া সেনা বিষয়াজনে নিজ কৰ্মস্থানৰ পৰা এমাহৰ ছুটি লৈ ঘৰলৈ আহি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ বৰেলিৰ সেনা ছাউনীত মৃত্যু  হয়। সোমবাৰে দিল্লীৰ পৰা স্পাইচ জেট বিমানযোগে মায়ংক বৰাৰ নশ্বৰদেহ বৰঝাৰ বিমানবন্দৰলৈ লৈ অনা হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা ভাৰতীয় সেনাৰ বাহনেৰে পোনে পোনে পাঞ্জাবাৰীৰ নিজ বাসভৱনলৈ লৈ যোৱা হয়।
Published by:Sanjay Kumar Das
First published: