তিনিচুকীয়াৰ পানীতোলা সেনা শিবিৰত চাঞ্চল্যকৰ ঘটনা, গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত তথ্য।

News18-Assam
Updated:October 25, 2019, 3:33 PM IST
তিনিচুকীয়াৰ পানীতোলা সেনা শিবিৰত চাঞ্চল্যকৰ ঘটনা, গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ
মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত তথ্য।
News18-Assam
Updated: October 25, 2019, 3:33 PM IST
তিনিচুকীয়াৰ পানীতোলা সেনা ছাউনীত চাঞ্চল্যকৰ ঘটনা। সেনা ছাউনীটোৰ খাদ্য আৰু যোগান বিভাগৰ কেম্পত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ এজন সেনা জোৱানৰ মৃতদেহ। মৃত জোৱানজন হিমাচল প্ৰদেশৰ নৰেন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে। এয়া আত্মহত্যা নে আন কিবা সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত তথ্য।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি