মুখ্যপৃষ্ঠা »খবৰ »অসম »Army Helicopter Crash: ঘটনাস্থলীৰ পৰা উদ্ধাৰ চাৰিটা মৃতদেহ! সন্দেহজনক উগ্ৰপন্থী ভেনজাম মোহন নামৰ এজনক আটক, তদন্তৰ নিৰ্দেশ বায়ুসেনাৰ

Army Helicopter Crash: ঘটনাস্থলীৰ পৰা উদ্ধাৰ চাৰিটা মৃতদেহ! সন্দেহজনক উগ্ৰপন্থী ভেনজাম মোহন নামৰ এজনক আটক, তদন্তৰ নিৰ্দেশ বায়ুসেনাৰ

ঘটনাস্থলীৰ পৰা উদ্ধাৰ তিনিজন সেনা বিষয়াক।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ তিনিজন সেনা বিষয়াক।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ তিনিজন সেনা বিষয়াক।

  • Share this:
তামিলনাডুত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় (military chopper crashed in Tamil Nadu)। হেলিকপ্টাৰখনত আছিল চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পৰিয়াল আৰু একাংশ কৰ্মী। প্ৰাথমিক তথ্য অনুসৰি, কুন্নুৰৰ ঘন জংঘলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

হেলিকপ্টাৰখন এমআই চিৰিজৰ। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভেনজাম মোহন নামৰ এজন সন্দেহজনক উগ্ৰপন্থীক আটক কৰা হৈছে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰতীয় বায়ু সেনাই। ঘটনাস্থলীৰ পৰা উদ্ধাৰ তিনিজন সেনা বিষয়াক।


পিটিআইৰ তথ্য মতে, এই পৰ্যন্ত চাৰিটা ডেড বডী উদ্ধাৰ কৰা হৈছে। সেইদৰে ঘটনাস্থলীৰ পৰা তিনিজন গুৰুতৰ ভাবে আহত যাত্ৰীকো উদ্ধাৰ কৰা হৈছে।

শেহতীয়া বাতৰি