খেল’ ইণ্ডিয়াৰ অনুশীলনৰ সময়তে চাবুৱাত শৰবিদ্ধ হ’ল শিৱাংগিনী

News18 Assam | News18-Assam
Updated:January 9, 2020, 11:57 AM IST
খেল’ ইণ্ডিয়াৰ অনুশীলনৰ সময়তে চাবুৱাত শৰবিদ্ধ হ’ল শিৱাংগিনী
ততাতৈয়াকৈ শিৱাংগিনীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ত শৰ উলিয়াব নোৱাৰাত দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

ততাতৈয়াকৈ শিৱাংগিনীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ত শৰ উলিয়াব নোৱাৰাত দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

  • Share this:
ৰাজ্যত খেল’ ইণ্ডিয়া উৎসাহ উদ্দীপনা মাজতে চাবুৱাত সংঘটিত হ’ল এক অঘটন। চাবুৱাত আৰ্চাৰীৰ অনুশীলনৰ মাজতে শৰবিদ্ধ হ’ল এগৰাকী প্ৰশিক্ষাৰ্থী। শৰবিদ্ধ হোৱা প্ৰশিক্ষাৰ্থীগৰাকীৰ নাম শিৱাংগিনী গোহাঁই। আন খেলুৱৈয়ে মৰা কাঁড় আহি লাগে শিৱাংগিনীৰ কান্ধত।

ততাতৈয়াকৈ শিৱাংগিনীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ত শৰ উলিয়াব নোৱাৰাত দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। AIIMSত ভৰ্তি কৰোৱা হ’ব খেলুৱৈগৰাকীক। শিৱাংগিনীৰ কান্ধেৰে সোমোৱা কাঁড়ডাল ৰাজহাড় চুইছেগৈ। হাটখোলা গাঁৱৰ বিৰিঞ্চি গোহাঁইৰ কন্যা শিৱাংগিনী।




NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি