মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCৰ নামত ভয়ংকৰ দুৰ্নীতি! প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIক লিখিত অভিযোগ APWৰ

NRCৰ নামত ভয়ংকৰ দুৰ্নীতি! প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIক লিখিত অভিযোগ APWৰ

 APWৰ হৈ ৰাজীৱ ডেকাই এই অভিযোগ পত্ৰ দিছে। 

APWৰ হৈ ৰাজীৱ ডেকাই এই অভিযোগ পত্ৰ দিছে। 

APWৰ হৈ ৰাজীৱ ডেকাই এই অভিযোগ পত্ৰ দিছে। 

  • Share this:


প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIক লিখিত অভিযোগ দাখিল কৰিছে APW-এ।  CBIক অভিযোগ পত্ৰ দিছে আছাম পাব্লিক ৱৰ্কছে। APWৰ হৈ ৰাজীৱ ডেকাই এই অভিযোগ পত্ৰ দিছে। প্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত দাবী কৰিছে APW–এ। NRCৰ লগত জড়িত বিভিন্ন বিষয়ৰ দুর্নীতিৰ চি বি আইৰ তদন্ত বিচাৰি অভিযোগ পত্ৰ দিলে এপিডব্লিঊ–এ। 



শেহতীয়া বাতৰি