APSC কেলেংকাৰীঃট্ৰাংকে ট্ৰাংকে বিশেষ ন্যায়াধীশৰ আদালতলৈ অনা হ’ল পৰীক্ষাৰ উত্তৰ বহী

১৬ আগষ্টত আৰক্ষীয়ে দাখিল কৰিব চূড়ান্ত অভিযোগনামা

News18-Assam
Updated:August 7, 2019, 8:10 PM IST
APSC কেলেংকাৰীঃট্ৰাংকে ট্ৰাংকে বিশেষ ন্যায়াধীশৰ আদালতলৈ অনা হ’ল পৰীক্ষাৰ উত্তৰ বহী
source-Google
News18-Assam
Updated: August 7, 2019, 8:10 PM IST
অগ্নিভ গগৈ– অহা ১৬ আগষ্টত  ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগ কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আদালতত দাখিল কৰিব চুড়ান্ত অভিযোগনামা। ইতিমধ্যে ফৰেনছিক লেবৰেটৰিৰ পৰা এ পি এচ চি কেলেংকাৰীৰ সকলো পৰীক্ষাৰ বহী সংগ্ৰহ কৰি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত জমা দিয়ে ৷ দুটা বৃহৎ ট্ৰাংকত অনা হ'ল সকলো উত্তৰবহী৷  ২০১৩ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ FL লৈ পঠোৱা সকলো বহী আছে  ট্ৰাংক দুটাত৷ ইতিমধ্যে আদালতত উপস্থিত হৈছে এ পি এছ চি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰ৷


১৬ আগষ্টত আৰক্ষীয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ পিছতে আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি