APSC কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ জামিন মঞ্জুৰ, আহিব পাৰিবনে মুকলি আকাশৰ তললৈ?

News18 Assam | News18-Assam
Updated:July 22, 2021, 6:13 PM IST
APSC কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ জামিন মঞ্জুৰ, আহিব পাৰিবনে মুকলি আকাশৰ তললৈ?
দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল।

দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল।

  • Share this:
APSC কেলেংকাৰীত জড়িত ৰাকেশ পালৰ জামিন মঞ্জুৰ। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল। CIDত থকা গোচৰত জামিন মঞ্জুৰ ৰাকেশ পালৰ৷ ইতিমধ্যে পালে ডিব্ৰুগড়, দিশপুৰ আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰিছে৷ ভঙাগড় থানাৰ গোচৰত জামিন পালে মুকলি আকাশলৈ আহিব ৰাকেশ পাল৷
Published by: Sanjay Kumar Das
First published: July 22, 2021, 4:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি