
দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল।
দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল।
APSC কেলেংকাৰীত জড়িত ৰাকেশ পালৰ জামিন মঞ্জুৰ। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে ৰাকেশ পাল। CIDত থকা গোচৰত জামিন মঞ্জুৰ ৰাকেশ পালৰ৷ ইতিমধ্যে পালে ডিব্ৰুগড়, দিশপুৰ আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰিছে৷ ভঙাগড় থানাৰ গোচৰত জামিন পালে মুকলি আকাশলৈ আহিব ৰাকেশ পাল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|