
বিপ্লৱ শৰ্মা আয়োগে ২০১৩ নিযুক্তি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে নতুনকৈ পাইছিল ধন দি চাকৰি লোৱাৰ প্ৰমাণ৷
বিপ্লৱ শৰ্মা আয়োগে ২০১৩ নিযুক্তি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে নতুনকৈ পাইছিল ধন দি চাকৰি লোৱাৰ প্ৰমাণ৷
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত খেলিমেলি পোৱা অসম লোকসেৱা আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে পুনৰ তদন্ত আৰম্ভ আৰক্ষীৰ৷ তদন্তকাৰী বিষয়া সুৰজিৎ সিঙ পানেচৰে প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাক জাৰি কৰিছে জাননী৷
APSC গোচৰত বিশেষ আদালতত শুনানী চলি থকাৰ সময়তে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত খেলিমেলি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত৷ ইতিমধ্যে জাননি জাৰি কৰা হৈছে কেইবাজনো বিষয়া আৰু লোকসেৱা আয়োগৰ কৰ্মচাৰীক৷
বিপ্লৱ শৰ্মা আয়োগে ২০১৩ নিযুক্তি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে নতুনকৈ পাইছিল ধন দি চাকৰি লোৱাৰ প্ৰমাণ৷ তাৰ পিছতে অসম চৰকাৰ আৰু আদালতত দাখিল কৰিছিল প্ৰতিবেদন৷ ইয়াৰ সমান্তৰালকৈ ২০১৪ চনৰ নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলিক লৈও তদন্ত কৰাৰ দায়িত্ব প্ৰদান কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|