APSC কেলেংকাৰী : জালত পৰিল আৰু এজন

উৎ‍‍‍কোচ দি চাকৰি লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মৃগেন হালৈ নামৰ এইজন কৃষি বিষয়াক।

news18assam
Updated:May 9, 2019, 11:03 PM IST
APSC কেলেংকাৰী : জালত পৰিল আৰু এজন
উৎ‍‍‍কোচ দি চাকৰি লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মৃগেন হালৈ নামৰ এইজন কৃষি বিষয়াক।
news18assam
Updated: May 9, 2019, 11:03 PM IST
এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত আৰু এজন বিষয়াক গ্ৰেপ্তাৰ। উৎ‍‍‍কোচ দি চাকৰি লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মৃগেন হালৈ নামৰ এইজন কৃষি বিষয়াক। ভঙাগড় থানাৰ ১৫৯/২০১৭ নম্বৰৰ গোচৰৰ ভিত্তিত চিৰাং জিলাৰ বেংতলৰ কৃষি বিভাগৰ এ ডি অ’ মৃগেন হালৈক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মাতি নি দিনজোৰা জেৰাৰ গ্ৰেপ্তাৰ কৰে ৰাকেশ পালৰ দিনত চাকৰি পোৱা কৃষি বিষয়াজনক।
আৰু চাওক পৰৱৰ্তী বাতৰি