মুখ্যপৃষ্ঠা »খবৰ »অসম »Rakesh Paul | অচিৰেই কাৰামুক্ত হ’ব ৰাকেশ পাল, উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

Rakesh Paul | অচিৰেই কাৰামুক্ত হ’ব ৰাকেশ পাল, উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল পালে। আজি ভঙাগড় থানাতো ৰাকেশ পালে লাভ কৰিলে জামিন।

পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল পালে। আজি ভঙাগড় থানাতো ৰাকেশ পালে লাভ কৰিলে জামিন।

পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল পালে। আজি ভঙাগড় থানাতো ৰাকেশ পালে লাভ কৰিলে জামিন।

  • Share this:
শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব পাৰে এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল (Rakesh Paul)। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰাকেশ পালৰ। ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিলে ৰাকেশ পালে। পূৰ্বে আন চাৰিটা গোচৰত জামিন পাইছিল পালে। আজি ভঙাগড় থানাতো ৰাকেশ পালে লাভ কৰিলে জামিন।

শেহতীয়া বাতৰি