পিছুৱালে APSCৰ মূল পৰীক্ষা, বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত

News18-Assam
Updated:July 17, 2019, 6:32 PM IST
পিছুৱালে APSCৰ মূল পৰীক্ষা, বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত
২২ জুলাইৰ পৰিৱৰ্তে ২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা। ২২ৰ পৰা ৩১ জুলাইলৈ হ’বলগা পৰীক্ষা বাতিল কৰা হ’ল।

২২ জুলাইৰ পৰিৱৰ্তে ২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা। ২২ৰ পৰা ৩১ জুলাইলৈ হ’বলগা পৰীক্ষা বাতিল কৰা হ’ল।

  • Share this:
পিছুৱালে APSCৰ মূল পৰীক্ষা। ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। ২২ জুলাইৰ পৰিৱৰ্তে ২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা। ২২ৰ পৰা ৩১ জুলাইলৈ হ’বলগা পৰীক্ষা বাতিল কৰা হ’ল। ২ৰ পৰা ৯ আগষ্টলৈ পূৰ্বৰ সূচী মতে অনুষ্ঠিত হ’ব পৰীক্ষা। ৯ আগষ্টৰ পিছতহে বাতিল হোৱা বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। পৰৱৰ্তী পৰীক্ষাৰ সূচী শীঘ্ৰে ঘোষণা কৰিব APSC-এ।
First published: July 17, 2019, 6:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি