বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / APSC Result 2023 : অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা, ক'ত চাব ফলাফল

APSC Result 2023 : অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা, ক'ত চাব ফলাফল

APSC Result 2023 : অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা, ক'ত চাব ফলাফল

তথ্য অনুসৰি, শীঘ্ৰেই আয়োগে ঘোষণা কৰিব মূল পৰীক্ষাৰ তাৰিখ

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

অসম লোকসেৱা আয়োগে ঘোষণা কৰিলে APSC প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল (APSC CCE Prelims Result)। APSCৰ ৱেবছাইটত এই ফলাফল উপলব্ধ হ’ব। অসম লোকসেৱা আয়োগৰ অফিচিয়েল চাইট apsc.nic.inৰ যোগেদি ফলাফল চাব পাৰিব।

উল্লেখ্য, ৯১৯টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। যোৱা ২৬ মাৰ্চত ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এই প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে মূল পৰীক্ষাত অৱতীৰ্ণ হ’ব।

বিজ্ঞাপন

তথ্য অনুসৰি, শীঘ্ৰেই আয়োগে ঘোষণা কৰিব মূল পৰীক্ষাৰ তাৰিখ আৰু এডমিট কাৰ্ড। প্ৰাৰ্থীসকলে এ পি এছ চিৰ অফিচিয়েল ছাইটত অধিক সম্পৰ্কীয় তথ্য চাব পাৰিব।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন