• Home
  • »
  • News
  • »
  • assam
  • »
  • Gargaon College: গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন

Gargaon College: গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন

২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫টা বিষয়ত পাঠদান কৰিব মহাবিদ্যালয়খনে৷ 

২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫টা বিষয়ত পাঠদান কৰিব মহাবিদ্যালয়খনে৷ 

২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫টা বিষয়ত পাঠদান কৰিব মহাবিদ্যালয়খনে৷ 

  • Share this:
শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত এই বৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫ টা বিষয় ক্ৰমে ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অনুমোদন লাভ কৰিছে বুলি জানিবলৈ দিয়ে  মহাবিদ্যালয়খনৰ অধ্যক্ষ সব্যসাচী মহন্তই৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা এই অনুমোদনত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্মকৰ্তাৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল৷
Published by:Gautam Barman
First published: