ধুবুৰীৰ অস্থায়ী কাৰাগাৰৰ পৰা পলাই যোৱা কয়দীক গ্ৰেপ্তাৰ

News18-Assam
Updated:July 20, 2019, 9:07 AM IST
ধুবুৰীৰ অস্থায়ী কাৰাগাৰৰ পৰা পলাই যোৱা কয়দীক গ্ৰেপ্তাৰ
ধুবুৰী সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ বিগত প্ৰায় ৬০ ঘন্টাৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰে হাফিজুৰ ৰহমানক।

ধুবুৰী সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ বিগত প্ৰায় ৬০ ঘন্টাৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰে হাফিজুৰ ৰহমানক।

  • Share this:
ধুবুৰীৰ অস্থায়ী কাৰাগাৰৰ পৰা পলাই যোৱা কয়দী হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ধুবুৰী সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ বিগত প্ৰায় ৬০ ঘন্টাৰ অভিযানৰ অন্তত গ্ৰেপ্তাৰ কয়দীটোক। বানপানীৰ মাজতে অভিযান চলাই ফকিৰগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে হাফিজুৰক।



বৰ্তমানে আৰক্ষীয়ে যন্ত্ৰচালিত নাৱেৰে ধুবুৰীলৈ লৈ গৈ আছে কয়দীটোক। বানৰ বাবে ধুবুৰী কাৰাগাৰ স্থানান্তৰ কৰিছিল।



ধুবুৰী ছোৱালী কলেজত ৰাখিছিল ৪০৭গৰাকী কয়দীক। কলেজখনৰ পৰাই বৃহস্পতিবাৰে পলায়ন কৰিছিল হাফিজুৰে।
First published: July 20, 2019, 9:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি