দলবিৰোধী কামত লিপ্ত নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব APCC–এ

বিগত লোকসভা নিৰ্বাচনত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব প্ৰদেশ কংগ্ৰেছে।

news18assam
Updated:June 14, 2019, 4:16 PM IST
দলবিৰোধী কামত লিপ্ত নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব APCC–এ
বিগত লোকসভা নিৰ্বাচনত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব প্ৰদেশ কংগ্ৰেছে।
news18assam
Updated: June 14, 2019, 4:16 PM IST
কেইবাজনো জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। বিগত লোকসভা নিৰ্বাচনত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব প্ৰদেশ কংগ্ৰেছে। বৃহস্পতিবাৰৰ কাৰ্যনিৰ্বাহকে অনুশাসনমূলক ব্যৱস্থা লোৱাৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাক প্ৰদান কৰে। এই কথা জনাইছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি