দুই সন্তানৰ নীতিক লৈ বদৰুদ্দিনক আজমলক সমৰ্থন ৰিপুণ বৰাৰ, কি ক’লে ৰিপুণ বৰাই?

ৰিপুণ বৰাই কয় – দুটা সন্তানৰ নীতি সংবিধানবিৰোধী, চৰকাৰে বলপূৰ্বক জাপি দিব নোৱাৰিব এই নীতি।

News18-Assam
Updated:October 29, 2019, 11:09 AM IST
দুই সন্তানৰ নীতিক লৈ বদৰুদ্দিনক আজমলক সমৰ্থন ৰিপুণ বৰাৰ, কি ক’লে ৰিপুণ বৰাই?
ৰিপুণ বৰাই কয় – দুটা সন্তানৰ নীতি সংবিধানবিৰোধী, চৰকাৰে বলপূৰ্বক জাপি দিব নোৱাৰিব এই নীতি।
News18-Assam
Updated: October 29, 2019, 11:09 AM IST
বদৰুদ্দিন আজমলক সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। ২ সন্তানৰ নীতিক লৈ আজমলে কৰা মন্তব্যক সমৰ্থন ৰিপুণ বৰাৰ। ৰিপুণ বৰাই কয় – দুটা সন্তানৰ নীতি সংবিধানবিৰোধী, চৰকাৰে বলপূৰ্বক জাপি দিব নোৱাৰিব এই নীতি। টুইটাৰত এই মন্তব্য কৰে APCCৰ সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে চৰকাৰৰ দুই সন্তানৰ নীতিক লৈ আজমলে কৰিছিল উদ্ভট মন্তব্য। আজমলে কৈছিল – যিমান পাৰা সন্তান জন্ম দিয়া, ইছলামে দুটা সন্তানৰ নীতি নামানে। যাৰ ভাগ্যত যিমান লিখা আছে সিমানে সন্তান জন্ম দিয়ক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি