মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কংগ্ৰেছ শক্তিশালী হ'ব কেনেকৈ? কাকত-TVৰ সম্পাদকৰে আলোচনাত বহিল APCCৰ সভাপতি ভূপেন বৰা

কংগ্ৰেছ শক্তিশালী হ'ব কেনেকৈ? কাকত-TVৰ সম্পাদকৰে আলোচনাত বহিল APCCৰ সভাপতি ভূপেন বৰা

News18 Assam | News18-Assam
Updated:September 20, 2021, 7:29 PM IST
কংগ্ৰেছ শক্তিশালী হ'ব কেনেকৈ? কাকত-TVৰ সম্পাদকৰে আলোচনাত বহিল APCCৰ সভাপতি ভূপেন বৰা
মৰিয়ণীৰ মহাপাপীক ৰাইজে ভোট নিদিয়ে: ভূপেন

মৰিয়ণীৰ মহাপাপীক ৰাইজে ভোট নিদিয়ে: ভূপেন

  • News18 Assam
  • Last Updated: September 20, 2021, 7:29 PM IST
  • Share this:
বাৰম্বাৰ ৰাইজে বিৰোধীৰ আসনলৈ প্ৰক্ষেপ কৰা কংগ্ৰেছক কেনেকৈ শক্তিশালী কৰিব পাৰি? এই বিষয়কলৈ সোমবাৰে গুৱাহাটীৰ এখন হোটেলত আলোচনাত বহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ৰাজ্যৰ একাংশ বাতৰি কাকত আৰু টিভি চেনেলৰ সম্পাদকৰ সৈতে আলোচনাত বহি পৰামৰ্শ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ৷

আসন্ন উপ নিৰ্বাচনৰ সন্দৰ্ভতো কেতবোৰ আলোচনা হয় সোমবাৰৰ বৈঠকত ৷ উপ নিৰ্বাচন অকলে খেলাৰ বাবেই এই পৰ্যন্ত চিন্তা চৰ্চা কৰি আছে বুলি বৈঠকৰ অন্তত সদৰি কৰে সভাপতি ভূপেন বৰাই ৷ ইপিনে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই ক'লে- “মহাপাপীক ৰাইজে ভোট নিদিয়ে ৷”
Published by: Himangshu Bhuyan
First published: September 20, 2021, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি