প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া আলফা সদস্য নহয়!

জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ড প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ আলফাৰ সৈতে সম্পৰ্ক নথকাৰ দাবী অনুপ চেতিয়াৰ।

news18assam
Updated:May 17, 2019, 2:37 PM IST
প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া আলফা সদস্য নহয়!
জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ দুই মাষ্টাৰমাইণ্ড প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ আলফাৰ সৈতে সম্পৰ্ক নথকাৰ দাবী অনুপ চেতিয়াৰ।
news18assam
Updated: May 17, 2019, 2:37 PM IST
‘সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ দৰে ৮৬ সদস্য নহয় প্ৰাণময় ৰাজগুৰু। কিছুদিন পূৰ্বে মৃণাল হাজৰিকাৰ সহায়ক হিচাপে কাম কৰিছিল ৰাজগুৰুই। কেতিয়াও আলফাৰ আলোচনা পন্থী নেতা নাছিল, মহিলাগৰাকীও আলফাৰ সদস্য নহয়।’- এই মন্তব্য অনুপ চেতিয়াৰ।

কেইমাহমান পূৰ্বে আত্মসমৰ্পণ কৰা যুৱক-যুৱতীৰ বাবে তেনেকুৱা পত্ৰ তৈয়াৰ কৰা হৈছিল, সম্ভৱত সেই পত্ৰৰ কপি মহিলাগৰাকীয়ে লাভ কৰিছিল।’- উদ্ধাৰ হোৱা পেড সন্দৰ্ভত মন্তব্য চেতিয়াৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি