• Home
  • »
  • News
  • »
  • assam
  • »
  • দুৰ্নীতি নিবাৰকৰ জালত পৰিছে ইজনৰ পিছত সিজন, এইবাৰ বোকাখাতত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিভাগৰ কৰ্মচাৰী

দুৰ্নীতি নিবাৰকৰ জালত পৰিছে ইজনৰ পিছত সিজন, এইবাৰ বোকাখাতত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিভাগৰ কৰ্মচাৰী

বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই৷

বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই৷

বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই৷

  • Share this:
বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ অভিযানত বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকনক গ্ৰেপ্তাৰ৷ বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই৷ ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক৷
Published by:Sanjay Kumar Das
First published: