চিৰাঙত ২০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জিলা সদৰৰ মহকুমাধিপতি

News18 Assam | News18-Assam
Updated:May 28, 2020, 11:11 PM IST
চিৰাঙত ২০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জিলা সদৰৰ মহকুমাধিপতি
উপায়ুক্ত  কাৰ্যালয়ৰ নিজ কোঠাত ধনঞ্জয় বৰ্মন নামৰ লোক এজনৰ পৰা ধন এই ধন লৈছিল সৰকাৰে৷

উপায়ুক্ত  কাৰ্যালয়ৰ নিজ কোঠাত ধনঞ্জয় বৰ্মন নামৰ লোক এজনৰ পৰা ধন এই ধন লৈছিল সৰকাৰে৷

  • Share this:
চিৰাঙত ভিজিলেন্স এণ্ড এণ্টি কৰাপচন বিভাগৰ অভিযান৷ গুৱাহাটীৰ পৰা অহা দলে গ্ৰেপ্তাৰ কৰে জিলা সদৰৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক৷ সূলভ মূল্যৰ দোকানীৰ পৰা বিশ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ সৰকাৰক৷ উপায়ুক্ত  কাৰ্যালয়ৰ নিজ কোঠাত ধনঞ্জয় বৰ্মন নামৰ লোক এজনৰ পৰা ধন এই ধন লৈছিল সৰকাৰে৷ ধন লৈ সৰকাৰে পলায়ন কৰিছিল কাৰ্যালয়ৰ পৰা৷ অভিযানকাৰী দলে খেদি আহি কৰায়ত্ত কৰে ধালিগাঁৱৰ তৈল উপ–নগৰীত থকা  চৰকাৰী আৱাসৰ পৰা৷
First published: May 28, 2020, 11:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading