• Home
  • »
  • News
  • »
  • assam
  • »
  • পি এফ আইৰ আৰু দুজন লোক গ্ৰেপ্তাৰ, আজি হাজিৰ কৰোৱা হ’ব আদালতত

পি এফ আইৰ আৰু দুজন লোক গ্ৰেপ্তাৰ, আজি হাজিৰ কৰোৱা হ’ব আদালতত

এই দুজনক ধৰি যোৱা দুদিনৰ ভিতৰত পিএফআইৰ গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীৰ সংখ্যা হ’ল মুঠ বাৰজন।

এই দুজনক ধৰি যোৱা দুদিনৰ ভিতৰত পিএফআইৰ গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীৰ সংখ্যা হ’ল মুঠ বাৰজন।

এই দুজনক ধৰি যোৱা দুদিনৰ ভিতৰত পিএফআইৰ গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীৰ সংখ্যা হ’ল মুঠ বাৰজন।

  • Share this:
পি এফ আইৰ আৰু দুজন লোক গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ বিশেষ শাখাই যোৱানিশা গ্ৰেপ্তাৰ কৰে দুয়োকে। এজনক কৰিমগঞ্জৰ পৰা আৰু আনজনক গুৱাহাটীৰ সমীপৱৰ্তী এক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰ্তমান কাহিলিপাৰাৰ SOUৰ থানাত দুয়োকে সোধাপোছা কৰি আছে আৰক্ষী আৰু বিভিন্ন চোৰাংচোৱা সংস্থাৰ বিষয়াই। দুয়োকে আজি আদালতত হাজিৰ কৰোৱা হ’ব। এই দুজনক ধৰি যোৱা দুদিনৰ ভিতৰত পিএফআইৰ গ্ৰেপ্তাৰ হোৱা নেতা-কৰ্মীৰ সংখ্যা হ’ল মুঠ বাৰজন।
Published by:Sanjay Kumar Das
First published: