
মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷
মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷
আজি পুনৰ উচ্ছেদ চলিব আন এখন মাদ্ৰাছাত। যোগীঘোপাৰ কাবাইটাৰীৰ মাৰ্কুজুৰ মা-আৰিফ কুৰীয়ানা মাদ্ৰাছাত প্ৰশাসনৰ জাননী৷ জাননী লাভৰ পিছতে মাদ্ৰাছা কৰ্তৃপক্ষই সা–সামগ্ৰী, আচবাব লৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছে৷ আজি প্ৰশাসনে মাদ্ৰাছাখনত চলাব উচ্ছেদ৷
মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷ কেইদিন পূৰ্বে গ্ৰেপ্তাৰ হাফিজ ৰহমান নামৰ জেহাদীটোক লগত লৈ বঙাইগাঁও আৰু গোৱালপাৰা আৰক্ষীয়ে চলাইছিল অভিযান৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|