• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদী কাৰ্যকলাপ চলাৰ অভিযোগত আজি পুনৰ আন এখন মাদ্ৰাছাত চলিব উচ্ছেদ অভিযান

জেহাদী কাৰ্যকলাপ চলাৰ অভিযোগত আজি পুনৰ আন এখন মাদ্ৰাছাত চলিব উচ্ছেদ অভিযান

মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷

মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷

মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷

  • Share this:
আজি পুনৰ উচ্ছেদ চলিব আন এখন মাদ্ৰাছাত। যোগীঘোপাৰ কাবাইটাৰীৰ মাৰ্কুজুৰ মা-আৰিফ কুৰীয়ানা মাদ্ৰাছাত প্ৰশাসনৰ জাননী৷ জাননী লাভৰ পিছতে মাদ্ৰাছা কৰ্তৃপক্ষই সা–সামগ্ৰী,  আচবাব লৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছে৷ আজি প্ৰশাসনে মাদ্ৰাছাখনত চলাব উচ্ছেদ৷

মাদ্ৰাছাখনৰ পৰা উদ্ধাৰ জেহাদ সম্পৰ্কীয় নথি–পত্ৰ৷ বৃহৎ আৰক্ষীৰ দলে চলাইছিল এই অভিযান৷ কেইদিন পূৰ্বে গ্ৰেপ্তাৰ হাফিজ ৰহমান নামৰ জেহাদীটোক লগত লৈ বঙাইগাঁও আৰু গোৱালপাৰা আৰক্ষীয়ে চলাইছিল অভিযান৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি