• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী, উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰকে

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী, উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰিলে দুৰ্নীতি নিবাৰকে

উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

  • Share this:
পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ হাদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক গ্ৰেপ্তাৰ। উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
Published by:Sanjay Kumar Das
First published: