• Home
  • »
  • News
  • »
  • assam
  • »
  • Holidays List : অসমৰ চৰকাৰী বাৰ্ষিক বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ'ল আৰু ৪টা দিন

Holidays List : অসমৰ চৰকাৰী বাৰ্ষিক বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ'ল আৰু ৪টা দিন

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা।

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা।

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা।

  • Share this:
অসমৰ চৰকাৰী বাৰ্ষিক বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ'ল আৰু ৪টা দিন। ২০ জুন, ৩০ জুন, ১০ জুলাই আৰু ১৩ জুলাইত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বন্ধ থাকিব। ৩০ জুনত হুল দিৱস, ১০ জুলাইত ঈদ–উল–জোৱা আৰু ১৩ জুলাইত নেপালী কবি ভানুভক্ত আচাৰ্যৰ জন্মদিন উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি