உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ যুৱকজনক

    যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ যুৱকজনক

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।

    • Share this:
    যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ। গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ সুশান্ত শৰ্মা নামৰ যুৱকজনক। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক। দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: