দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।
দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।
যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ। গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ সুশান্ত শৰ্মা নামৰ যুৱকজনক। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক। দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|