• Home
  • »
  • News
  • »
  • assam
  • »
  • বটদ্ৰৱা কাণ্ডৰ আন এটা অভিযুক্তক আটক, উদ্ধাৰ ৰিভলভাৰ, নিচাজাতীয় টেবলেট

বটদ্ৰৱা কাণ্ডৰ আন এটা অভিযুক্তক আটক, উদ্ধাৰ ৰিভলভাৰ, নিচাজাতীয় টেবলেট

ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ আৰু ৪জাই সজীৱ গুলী।

ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ আৰু ৪জাই সজীৱ গুলী।

ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ আৰু ৪জাই সজীৱ গুলী।

  • Share this:
বটদ্ৰৱাৰ থানা আক্ৰমণ কাণ্ডৰ আন এজন অভিযুক্তক আটক নগাঁও আৰক্ষীৰ। ধৃত অভিযুক্ত গৰাকীৰ নাম ইমান আলী। ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ আৰু ৪জাই সজীৱ গুলী। আৰক্ষীয়ে ইমানৰ পৰা উদ্ধাৰ কৰিছে নিচাজাতীয় টেবলেটো। ধিঙত অভিযান চলাই আটক কৰিছে ইমান আলীক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি