যৌন নিৰ্যাতনত অভিযুক্তক উপাচাৰ্য হিচাপে নিযুক্তিক দিয়াক লৈ আশ্চৰ্য প্ৰকাশ অংকিতা দত্তৰ

‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনৰ বিৰুদ্ধে আছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ কিন্তু নিযুক্তি দিছে প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে।’–সৰৱ অংকিতা দত্ত। 

news18assam
Updated:June 4, 2019, 3:27 PM IST
যৌন নিৰ্যাতনত অভিযুক্তক উপাচাৰ্য হিচাপে নিযুক্তিক দিয়াক লৈ আশ্চৰ্য প্ৰকাশ অংকিতা দত্তৰ
‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনৰ বিৰুদ্ধে আছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ কিন্তু নিযুক্তি দিছে প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে।’–সৰৱ অংকিতা দত্ত। 
news18assam
Updated: June 4, 2019, 3:27 PM IST
যৌন নিৰ্যাতনত অভিযুক্তক উপাচাৰ্য নিযুক্তিক লৈ সৰৱ অংকিতা দত্ত। মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ডঃ ডম্বৰুধৰ নাথক নিযুক্তি দিয়া হৈছে। ‘ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনৰ বিৰুদ্ধে আছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ কিন্তু নিযুক্তি দিছে প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে।’– অভিযুক্তক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত আশ্চৰ্য প্ৰকাশ দত্তৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অভিযোগ দিছিল ভুক্তভোগী ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অভিযোগ দিছিল ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কিন্তু
আজিলৈকে ন্যায় নাপালে। ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে অভিযোগ উঠাই লবলৈহে হেঁচা দিছিল। ছাত্ৰীগৰাকীৰ হাতত আছিল পৰ্যাপ্ত ভিডিঅ’ আৰু ফোন ৰেকৰ্ডিং। বেটি পঢ়াও বেটি বচাও শ্লোগান দিয়া বিজেপিৰ এয়া নাৰীৰ প্ৰতি অৱজ্ঞা।’– সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি