உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Animesh Murder Case: অনিমেশৰ দেৰগাঁৱৰ ঘৰত হাহাকাৰ পৰিস্থিতি, মন্ত্ৰী ডা° ৰণোজ পেগুক তাৎক্ষণিকভাৱে যোৰহাটলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

    Animesh Murder Case: অনিমেশৰ দেৰগাঁৱৰ ঘৰত হাহাকাৰ পৰিস্থিতি, মন্ত্ৰী ডা° ৰণোজ পেগুক তাৎক্ষণিকভাৱে যোৰহাটলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

    যোৰহাটৰ মাজ মজিয়াত হত্যাৰ বলি হোৱা দেৰগাৱঁৰ খকন্দগুৰিৰ অনিমেশ ভূঞাৰ বাসগৃহত বৰ্তমান হাহাকাৰ পৰিস্থিতি।

    যোৰহাটৰ মাজ মজিয়াত হত্যাৰ বলি হোৱা দেৰগাৱঁৰ খকন্দগুৰিৰ অনিমেশ ভূঞাৰ বাসগৃহত বৰ্তমান হাহাকাৰ পৰিস্থিতি।

    যোৰহাটৰ মাজ মজিয়াত হত্যাৰ বলি হোৱা দেৰগাৱঁৰ খকন্দগুৰিৰ অনিমেশ ভূঞাৰ বাসগৃহত বৰ্তমান হাহাকাৰ পৰিস্থিতি।

    • Share this:
    সোমবাৰে যোৰহাটৰ মাজমজিয়াত ভয়ংকৰ ঘটনা। সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেশ ভূঞাক যোৰহাট নগৰৰ মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ সমীপত এ টি ৰোডত মৰিয়াই মৰিয়াই হত্যা কৰিলে। এই ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাত জড়িত থকা সকলক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।



    ইফালে সমগ্ৰ পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰী ডা° ৰণোজ পেগুক তাৎক্ষণিকভাৱে যোৰহাটলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    আনফালে পুত্ৰক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে অনিমেশৰ দুৰ্ভগীয়া পিতৃ-মাতৃ। দেৰগাৱঁৰ খকন্দগুৰিৰ অনিমেশ ভূঞাৰ বাসগৃহত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাৰ হত্যাকাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে সচেতন সমাজ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: