ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা দেৱ–দেৱীৰ মূৰ্তি কোন মন্দিৰৰ? চাওক প্ৰতিবেদন

নৈৰ বুকুত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।
নৈৰ বুকুত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।
- News18 Assam
- Last Updated: November 30, 2019, 2:36 PM IST

উমানন্দ মন্দিৰলৈ যোৱা ঘাটত উদ্ধাৰ অভিযানত নৈৰ বুকুৰ পৰা ওলাইছে শিৱ, কালী, সৰস্বতী, গণেশ, নন্দী, দূৰ্গা, ব্ৰহ্মা আৰু বুদ্ধৰ মূৰ্তিও।

এই মূৰ্তিসমূহ কোন মন্দিৰৰ সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি দুৰ্বৃত্তই এনেকৈ আনি নদীত দলিওৱাৰ তথ্য সদৰি কৰিছে আৰক্ষীয়ে।
চাওক ভিডিওঃ https://www.facebook.com/News18AssamNE/videos/2548809298543334/