মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati : কামাখ্যা ৰে'ল ষ্টেচনত চলন্ত ৰে'লৰ পৰা নামিবলৈ লওঁতে পৰি গ'ল এগৰাকী বয়োজ্যেষ্ঠ মহিলা

Guwahati : কামাখ্যা ৰে'ল ষ্টেচনত চলন্ত ৰে'লৰ পৰা নামিবলৈ লওঁতে পৰি গ'ল এগৰাকী বয়োজ্যেষ্ঠ মহিলা

আৰপিএফৰ সহঃ উপ-পৰিদৰ্শক নিৰ্মল চন্দ্ৰৰ বৈশ্য তৎপৰতাত কথমপি প্ৰাণৰক্ষা মহিলাগৰাকীৰ।

আৰপিএফৰ সহঃ উপ-পৰিদৰ্শক নিৰ্মল চন্দ্ৰৰ বৈশ্য তৎপৰতাত কথমপি প্ৰাণৰক্ষা মহিলাগৰাকীৰ।

আৰপিএফৰ সহঃ উপ-পৰিদৰ্শক নিৰ্মল চন্দ্ৰৰ বৈশ্য তৎপৰতাত কথমপি প্ৰাণৰক্ষা মহিলাগৰাকীৰ।

  • Share this:
মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেচনত শিহৰণকাৰী ঘটনা। চলন্ত ৰে'লৰ পৰা নামিবলৈ লওঁতে প্লেটফৰ্মত পৰিল এগৰাকী বয়োজ্যেষ্ঠ মহিলা।

লগে লগে ঘটনা প্ৰত্যক্ষ কৰি আৰপিএফৰ সহঃ উপ-পৰিদৰ্শক নিৰ্মল চন্দ্ৰৰ বৈশ্য তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে মহিলাগৰাকীৰ। মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ কামাখ্যাৰ পৰা গোৰখপুৰ যাবলগীয়া ৰে'লৰ বিপৰীতে উঠিছিল অন্য এখন ৰে'লত। পৰৱৰ্তী সময়ত জানিব পাৰি চলন্ত ৰে'লখনৰ পৰা নামিবলৈ লওঁতেই এই অঘটন সংঘটিত হয়। এই সমগ্ৰ ঘটনা প্লেটফৰ্মৰ চিচি টিভি কেমেৰাত বন্দী হয়।

শেহতীয়া বাতৰি