• Home
  • »
  • News
  • »
  • assam
  • »
  • Earthquake : পুৱাই ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে উত্তৰ–পূব

Earthquake : পুৱাই ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে উত্তৰ–পূব

পুৱা ৫.১৫ বজাত অসমৰ লগতে উত্তৰ–পূবৰ একাংশ ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

পুৱা ৫.১৫ বজাত অসমৰ লগতে উত্তৰ–পূবৰ একাংশ ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

পুৱা ৫.১৫ বজাত অসমৰ লগতে উত্তৰ–পূবৰ একাংশ ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

  • Share this:
ভূমিকম্পই জোকাৰি গ’ল অসম। পুৱা ৫.১৫ বজাত অসমৰ লগতে উত্তৰ–পূবৰ একাংশ ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.১। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা কোনো খয়–ক্ষতিৰ খবৰ অহা নাই।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: