অসমৰ বানৰ বাবে অমিতাভ বচ্চনৰ ৫১ লাখ টকাৰ সাহায্য

মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ালে এই ধনৰাশি। 

News18-Assam
Updated:July 23, 2019, 6:50 PM IST
অসমৰ বানৰ বাবে অমিতাভ বচ্চনৰ ৫১ লাখ টকাৰ সাহায্য
মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ালে এই ধনৰাশি। 
News18-Assam
Updated: July 23, 2019, 6:50 PM IST
অসমৰ বানৰ বাবে মেগাষ্টাৰ অমিতাভ বচ্চনৰ সাহায্য প্ৰদান। ৫১ লাখ টকা আগবঢ়ালে অভিনেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ দিলে এই ধনৰাশি।
আৰু চাওক পৰৱৰ্তী বাতৰি