• Home
  • »
  • News
  • »
  • assam
  • »
  • শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল'ব কেইবাখনো বৈঠকত ...

শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল'ব কেইবাখনো বৈঠকত ...

৪ দিনত গুৱাহাটী আৰু দেৰগাঁৱত অংশ ল'ব বিভিন্ন অনুষ্ঠানত ৷ গৃহমন্ত্ৰীৰ আগমনক লৈ সুৰক্ষা ব্যৱষ্ঠা কটকটীয়া কৰিছে মহানগৰ আৰক্ষীয়ে ৷

  • Share this:
৪ দিনৰ ভ্ৰমন সূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শুকুৰবাৰে বিয়লি ৭ বজাত বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী ৷ তাৰ পৰা কইনাধৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ'ব বিজেপিৰ নেতৃত্বৰ সৈতে ৷

৮ তাৰিখে ১০ বজাত নৱ নিৰ্মিত বিজেপি ৰ কায্যালয় উদ্ধোধন কৰাৰ পিছতে ১২ বজাত কইনাধৰালৈ যাব ৷ ১বাজি ৫৫ মিনিটত খানাপাৰৰ ৰাজহুৱা মিটিঙত অংশ ল'ব ৷ বিয়লি ৪ বজাত  উত্তৰ পূবৰ ৰাজ্যৰ মূখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান,কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মূৰব্বী তথা NCB কে ধৰি বিভিন্ন সংস্থা সমূহৰ লগত আলোচনাত মিলিত হব। ৯ তাৰিখে ১০ বাজি ৪৫ মিনিটত staff collage ত NEC বৈঠকত অংশ লব গৃহমন্ত্ৰী গৰাকীয়ে ৷ বিয়লি ৰাওনা হব দেৰগাওঁস্থিত PTC ত আৰক্ষী অধীক্ষকৰ বৈঠকত৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি