অসম বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল আমিনুল হক লস্কৰ

কৃপানাথ মাল্লা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ আছিল অসম বিধানসভাৰ উপাধ্যক্ষৰ আসন।

News18-Assam
Updated:July 31, 2019, 2:54 PM IST
অসম বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল আমিনুল হক লস্কৰ
কৃপানাথ মাল্লা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ আছিল অসম বিধানসভাৰ উপাধ্যক্ষৰ আসন।
News18-Assam
Updated: July 31, 2019, 2:54 PM IST
অসম বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে  সোনাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰ। বিজেপিৰ একমাত্ৰ সংখ্যালঘূ বিধায়ক আমিনুল হক লস্কৰ। বিগত লোকসভা  নিৰ্বাচনত বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লা কৰিমগঞ্জ সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই খালী হৈ আছিল অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনখন।
আৰু চাওক পৰৱৰ্তী বাতৰি