নগাঁৱৰ ৰাজপথত জ্বলি উঠিলল ১০৮ সেৱাৰ এম্বুলেঞ্চ (Ambulance)। নগাঁও (Nagaon) চহৰৰ সমীপৱৰ্তী চলচলিৰ ধিং-নগাঁও সংযোগী পথত এই ঘটনা। কথমপি প্ৰাণৰক্ষা পৰিল ১০৮ সেৱা (108 Service)ৰ এম্বুলেঞ্চৰ চালকগৰাকীৰ। ৰোগী থৈ অহাৰ সময়তে এই ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।